পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৫৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামবোৰা ott বুদ্ধিৰ বলত জগতৰ সকলো বন্ধৰ মোহ তাগ কৰিব, কেৱল মানুহক দেখুৱাবলৈ যে সেইসকলৰ লগত লগ থকা দেখুৱাৰা। ভাই, সমস্ত জগতত ভগৱানৰ ৰা অনুতৰ কৰি, মোহ ভ্যাগ কৰি সংসাৰ কৰা। [৫১৬] অবিৰক্ত ভকতৰ বেদ লঙ্বািৰ দোষ জানিবাহা হৈবেক নিশ্চয়। পৰম বিৰক্ত যিটো কৃষ্ণ ভকত ভৈলা তাৰ একো নাহিকে নিৰ্ণয় হৈবে—ইহাক’ পাঠান্তৰ। বিধি-বিধানবোৰ সংসাৰী লোকৰ পক্ষেহে; সেয়ে সংসাৰত আসক্তি ক। শশাকে বেদবিহিত কৰ্ম্ম নকৰিলে দোষ হয়; যি ভক্ত পৰম্ভ বিৰক্ত অৰ্থাৎ যাৰ সংসাৰ-আসক্তি সমূলি নাই, তেওঁৰ পক্ষে বিধি বিধান পালন কৰা নকৰা একো নাই অৰ্থাৎ তেওঁ বেঙ্গবিহিত কৰ্ম নকৰিলেও দোষ নঘটে। সেই পুৰুষ জীবন্মুক্ত। তাৱৎ কৰ্ম্মাণি কুব্বীত ন বিজ্যেত বাবা। যৎ কথা প্ৰৰণাদেৰ শ্ৰদ্ধা বাজায়তে॥৫১৭ [ ৫৯৭] তাৱত কৃষ্ণৰ ভক্ত নৰে ভক্তি অবিৰোধী কৰ্ম্ম কৰে কৃষ্ণৰ কথাত ৰতি যাবে নুপজয়।