পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩২৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা ২৫ [৫১৬] হৰি চৰণত প্ৰেম মিলিল যাহাৰ। আন কোন সম্পত্তি হৰিয়ো ভৈল তাৰ। যি লোকে হৰৰ ন ম লওঁতে লওঁতে তেওঁক ভাল পোৱ। হল, বিশ্ব ব্ৰহ্মাণ্ডৰ স্বামী ভগবান ওঁৰেই হয় – সংসাৰৰ ধন জন আদি তেওঁলোকৰ মনত অতি তুচ্ছ। [৫১৭] কৰ্ণাঞ্জলি পিয়ো হৰি চৰণ অমৃত। হৰিৰ নিকট আ হেৰে কৃত্য। একান্ত মনে হৰিৰ না: গুণ 'ৱশ কৰ ওঁত ৪ ক + • " ৰস পান কৰ'; বি এ ন'ৰ : ৭ ও ৬৯ ঐ এ পাৰে সিয়ে হ'ৰ লাভ কৰিব পাৰে আৰু নজও বন্ধ হয় বা শুষ্য জনম সাৰ্থক বোধ কৰে। [ ৫১৮ ] মাধৱৰ নাম-গুণ কীৰ্তন কৰিয়া। হৰিক পায় সুখে মৃত্যুক তৰিয়া। ভগৱানৰ নাম-গুণ কীৰ্ত্তন কৰি জীৱে মৃত্যুৰ হাত সাৰি বা মুক্তি লাভ কৰি ভগৱানক শান্ত কৰে। [ ৫১৯] হৰিনাম কীৰ্তনত নাহি একো হানি। শুনন্তে অমৃত সুৱে ৰাম কৃষ্ণ বাণী।