পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৭৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষ। ১৭১ [ ১৯৯ ] মোৰ ভক্তিযুক্ত যোগীয়ো জানিবা মোতেসে চিত্ত যাহাৰ। জ্ঞান-কৰ্ম্ম বিনে কেৱল ভক্তিত পাৱস্তু সংসাৰ পাৰ। জ্ঞান কৰ্ম্ম বিনে-জ্ঞান চৰ্চা নকৰাকৈ বেদৰ নিৰ্দিষ্ট কৰ্ম্ম নকৰি। বেদ দুভাগ—(১) জ্ঞানকাণ্ড, (২) কৰ্ম্মা, এই দুয়োগ আলোচনা নকৰি। ( ঈভা পৰমেশ্বৰে কৈছে মোক ভক্তি কৰা যোগসকলেও যি সকলে অন্তৰত কেৱল মোকে একান্তমনে তাৰ সেই সৰুলে ) ৰেদৰ কৰ্ম আৰু জ্ঞান চৰ্চা নকৰি কেৱল মোক ভক্তি কৰিয়েই মুক্তি লাভ কৰিব পাৰে। ভক্তিৰুত্ত যোগিনো বৈ মাত্মন॥ ন জ্ঞানং ন চ বৈৰাগ্যং প্ৰায় শেষে ভবেদিহ॥২॥ ( ২০০ ) কেৱল ভকতি পুৰুষক তাৰে সহায় কাৰো নচাৱে। জ্ঞান-কৰ্ম্ম তাৱে তাৰিতে নপাৰে ভকতি নপাৱে যাবে।