পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১১৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা ১১১ দোষান পৰেষাং হি গুণেধসাধৱে, গৃহাতি কেচিতৱ দৃশাদ্বিজ। গুণাঞ্চ ফলন বহুনি কৰিষ্ণবব, মহত্তমাস্তেষ, বিদম্ভাবানঘ্যু॥১২ [ ১২• ] অধমে কেৱল দোষ। লয় মধ্যমে গুণ- দোষ লৱে কৰিয়া বিচাৰ। উত্তমে কেৱলে গুণ লৱয় উত্তমোন্ডমে অল্প গুপ কৰয় বিস্তাৰ। [ সংসাৰৰ ভাল বেষ। দুশিঠি। কিছুমানে ভাল আদৰ্শ লৈ ভাল হয়, কোনোৱে বেয়া আদৰ্শ লৈ বেষ। পথে চলে।] নীচ প্ৰকৃতিৰ মানুহে বেয়াটোহে লয়, মধ্যম প্ৰকৃতিৰ লোকে ভাল বেয়। আলোচনা বা বিচাৰ কৰি ভালটোহে গ্ৰহণ কৰে, উত্তম স্বভাৱৰ লোকে বেয়াৰ ওচৰলৈ নাযায়, তাৰ আলোচনা নকৰে-কেৱল ভালটো গ্ৰহণ কৰে; আকৌ সৰ্বোত্তম লোকে অলপ গুণকে নিজে চিন্তা কৰি বহলাই গ্ৰহণ কৰে,। ( চালনীয়ে গুটি বাদ দি জাবৰ ৰাখে; নীচলোকেও তাকে কৰে, কুলাই জাবৰ ঠেলি গোট ৰাখে; সাধুৱে তেনে কৰে।] কলেৰ্দোষনিধে ৰাজত্তি হেকে। মহাগুণ। কীৰ্ত্তনাদে কৃষ্ণস্য মুক্তবন্ধঃ পৰং ৰজে |১২১