সটীক নামঘোষা লোকক কৃপায়ে হৰি শঙ্কৰ স্বৰূপে আসি মুদ ভাঙ্গি সমস্তকে দিল। মূল্য দি পাব নোৱাৰা দুৰ্লভ ৰত্ন স্বৰূপ হৰিনামৰ ভঁৰাল বেদাদি শাৰ ভিতৰত লোকে ধৰিব নোৱাৰ ভাৱে লুকাই আছিল; ( তাৰ ফলত সৰ্বসাধাৰণ মানুহে নাম বস্তু বিচাৰি পোৰ। টান আছিল }; সেয়ে ভগৱন্ত ভুৱে জীৱৰ প্ৰতি কৃপা পৰশ হৈ শঙ্কৰৰূপ ধৰি পৃথিৱীত অৱতীৰ্ণ হল; আৰু শাস্ত্ৰাদি আলোচনা কৰি তাৰপৰা হৰি-নাম উলিয়াই জগতক বিলাই দিলে। { ইয়াত শ্ৰীমন্ত শঙ্কৰক অৱতাৰ স্বীকাৰ কৰিছে। [১১] হৰি-নাম প্ৰেমৰস অমৃত নিধিক বান্ধি গুপ্ত কৰি থৈলা দেৱগণে। দয়ালু শঙ্কৰে পাই তুলি মুদ ভাঙ্গি দিল সুখে পান কৰা সৰ্বজনেৰ দেষগণ-শাস্ত্ৰ ৰচনা কৰোঁতা অষি-মুনি। মুক্তি দিলা—মুৰ ভাঙি দিলে বা ঢাকনি গুচাই দিলে। শাস্ত্ৰ ৰচনা কৰোঁতে ঋষি-মুনিসকলে অমৃতৰ ভঁৰাল স্বৰূপ যি নামৰ প্ৰেম-বন [ নাম লৈ থাকোতে যি তৃপ্তি বোধ হয় নাম লৈ থাকিবলৈ হোৰ৷ ইচ্ছ।] শাস্ত্ৰৰ ভিতৰত লুকাই থৈছিল; শঙ্কৰৰূপে অৱতাৰ হেৰা ভগৱানে শাস্ত্ৰৰ মাজৰপৰা হৰিনাম বিচাৰি উলিয়াই ভগৱৎ প্ৰমৰ ওপৰত দিয়া নানা কৰ্মৰ আবৰণৰোৰ 9
পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১০১
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই