পৃষ্ঠা:সঙ্গীত-কোষ.djvu/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১॥৶৹
গানৰ সূচী।

পতিত পাবন দূৰিত হৰণ ... ৬৬
পৰিণাম পাহৰি মায়াজালে পৰি ... ৬৫
পাৰোঁতেনো দিওঁ আহি আপুনি বিদায় ... ৮২
পিন্ধি উৰি ওলা সখি ... ১৫৫
পিৰালি দাঁতিতে বহি কান্দিছোঁ দুখুনী বাঁৰী ... ৭৭
পুৰুষক আশয় দিযেই হলো মই জ্বলাকলা ... ১৬৭
পুৱালে দুখৰ নিশা আজি শুভদিনে ... ২৪৭
পূৰব গগনে উষা ... ১৭
পূর্ব্বে যদি জানাে মই তােৰ এনেকুৱা মতি ... ১০৫
পূব গগনে অৰুণে কেনে ... ২৪৫
প্রভু কৰিছো কাকুতি দিয়া শুভমতি ... ৪৩
প্রভুমীশমনীশমশেষগুণং ... ৩৯২
প্রণয় বিৰহ দুখে প্রাণ ফাটি যায় ... ১৩৪
প্রণয়ে দুর্গতি মিলে ... ১১০
প্রণমো তাৰিণী শুভ বিধায়িনী ... ২৩৩
প্রভু এয়েনেকি শেষ ... ২৯০
প্রাতু সময়ে যশােৱা জননী ... ৩৫৬
প্রাণনাথ আৰু নাে কি আছে বাকী ... ১১০