পৃষ্ঠা:সঙ্গীত-কোষ.djvu/২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১॥৵৹
সঙ্গীত-কোষ।

নাৰায়ণ মাগোঁ চৰণে ৰতি তেৰা ... ৩৩৭
নাৰীৰ মন বুজিব কোনে ... ১৭৫
না হেৰি সখি কাহা হামাৰি ৰাধাজান ... ১৩০
নাহিবা নাহিবা আৰু মােৰ ওচৰলৈ ... ১১১
নাহেতাে মলয় সমীৰ ফুলে ফুলে চুমি যায ... ২৯১
নিচিনি তােমাক প্ৰভু অকাজ কৰিলোঁ মই ... ৪৮
নিচিনিলোঁ অসম আই ... ২২০
নিৰাশ মনেৰে বনফুল তুলি ... ২৮৯
নিশা পৰভাত আজি উঠা আখি মেলিএ ... ২১৪
নীল সুকমল নিচিনা বিমল ... ৬৭
নীল স্বৰগত মােহন সাজেৰে ... ১০০
নুচুবা নুচুবা সখি ভাগি যাব বেগতেই ... ২৪৩
নুঠিবানে হেৰা তুমি অসমীয়া ... ২৮
নেজানাে কি ভাবি আকুল হৈছোঁ ... ২৯৫
নেযাব নেযাব প্রাণ ধৰো চৰণ অধিনীয়ে ... ১৪৮
নেজানাে কপালে মােৰ বিধিয়ে কি লিখিলে ... ৩১৬
নেবাজে উলাহ বীণা আজি বেজাৰত ... ২২৭
নেলাগে আনিব চিঙ্গি আছে ফুলি ফুলপাহি ... ২০৬