পৃষ্ঠা:সঙ্গীত-কোষ.djvu/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১।৹
সঙ্গীত-কোষ।

কি ভাবিছা মন ... ৫০
কি মতে জনাবোঁ মই যাতনা যত অন্তৰে ... ৫৩
কি মধুৰ আজি দিন বিতােপন ... ২৩০
কি ৰাধে কান্দে হৰি ... ৩৭১
কিৰূপ দেখিলোঁ সখি নিকুঞ্জ মালতীৰ তলে ... ১৪৮
কি সুখৰ দিন আজি কেনে প্রীতি ভাৱ এ ... ২১৬
কি সুন্দৰ ৰূপ আজি দেখোঁ নয়নে ... ২০৪
কিহেৰে পূজিম প্রভু সকলাে তােমাৰ ... ৪৭
কিয় আছা অসমীয়া এলেহুৱা হই ... ৩৮
কিয় তইনাে আহিলি কুলি ... ১২৫
কিয় কিয় কিয় কান্দা দুখুনী জননী হে ... ৩৪
কিয় মনত পৰে সখি সেই মুখলই ... ১৩৫
কিয়নাে পাহৰাঁ অসমীয়া হেৰা ... ৩৩
কিয়নাে বিষাদিত মন ... ৯৭
কিয়নাে স্ৰজিলা বিধি অকামিলা নাৰী প্ৰাণ ... ২৮৯
কিয়নাে হিয়াত বাজে আজিও প্ৰেমৰ বাঁহী ... ২৬৯
কিয় শুনো এনেয়ে সদায় ... ৭০
কিয় নিকুঞ্জলৈ আনিলি সখি ... ১২৭