পৃষ্ঠা:সঙ্গীত-কোষ.djvu/২১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮১
বিবিধ সঙ্গীত।

যাৰ ঘােষা ৰত্মাৱলী,  মুক্তিত নিস্পৃহা বুলি
 শিকালে ভক্তি নিষ্কাম অজ্ঞাণী জনে॥
যাৰ শুদ্ধ নাম স্ম ৰি,  যায় জীব ভব তৰি
 কৰা সবে গুণ গাণ পবিত্র মনে॥
 হেমচন্দ্র গােস্বামী।

দেশ—কাৰ্‌কা।

মউ পিউ পিউ কৰে প্ৰাণ ভৰি
চোৱাঁ সুধা সৰে জৰি জৰি॥
কিনাে চাবা শােভা,
 জ্বলে পুণ্য প্রভা,
বয় শান্তি ল’ই ৰূপে ৰস চৰি।
যাওঁ উটি বুৰি,
 চাওঁ ঘূৰি ঘূৰি,
গাথোঁ তৰা ফুল, নাচোঁ চালি ধৰি॥
 পদ্মনাথ বৰুৱা।