পৃষ্ঠা:সঙ্গীত-কোষ.djvu/২১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৬
সঙ্গীত-কোষ।

২৬

মিশ্ৰ ঝিঝিট— দাদ্‌ৰা।

আহাহে অলি ৰূপৰ ডালি ফুল তোলোঁ আহা।
আমি ৰাণী সাজিছোঁ  আমি বাণী সাজিছোঁ
 ৰজাৰ বেগম জম্ জমা জম্ কেনে ধুনীয়া।
নবীন গানে নবীন তানে মন মজাওঁ আহা,
 নযন বানে প্ৰেমিক জনে মদন হানা।
 বিনন্দিৰাম।