প্রাণ মন মােৰ অকালে থাকিব; সাদৰি মনৰ কোমল অন্তৰ, প্ৰেমৰ বান্ধনি অতি গুৰুতৰ, নেপাব অলপো দুখ মৰতৰ, আজি হে অন্তৰ জিলিকিছে॥ ৰামেশ্বৰ বৰুৱা বি, এ।
⸻