শিব-জগ-মাধবৰ অলপতে সৰিবৰ,– তুমিও সৰিলা অ’-হ’! ইকি। আমাৰ অথন্তৰ! ওপজালে দুখকৰি নেদেখিলে চকুভৰি, সিহেতু আসাম মন ঘনে আজি বিদলিত॥ গোলোকচন্দ্ৰ বৰুৱা।