আমাৰ অসম
সল্সলাই শালিকীয়ে ঠোঁট লৰাই লক্লকাই কিনো কয় বুজিকে নেপায়।
ল’ৰমাৰি বগলীয়ে চেঙেলিটো ধৰে লুটিয়াই লওঁতেই সুলকি পৰে।
⸺⸺o⸺⸺
(১৫)