আমাৰ অসম
আমাৰ অসম অতি উত্তম নাম সেয়ে সোণৰ অসম।
নদ-নদী পৰ্বত পাহাৰ প্ৰকৃতিৰ এয়া উপহাৰ মঠ মন্দিৰ মচ্জিদ গীৰ্জা সকলো জাতিৰ চিন ইয়াতে পাবা॥
⸺⸺o⸺⸺
(১৩)