বিমোৰ্ব্বশী। উৰ্ব্বশীয়ে চিত্রলেখাৰ সুধিলে,—“সখি ! সখীহঁত ৰ'ত আছে?” চিত্র।— মহাৰাজে হে জানে। - ৰজাই একেথৰে উৰ্ব্বশীলৈ চাই থাকি ক'লে, "খি এবাৰ মাথোন তোমাক দেখিছে তেৱোঁ তোমাৰ নিমিত্তে ব্যাকুল নহৈ নোৱাৰে। সন্ধীসকলৰ অৱস্থাৰ কথা নকলেও হয়। সৌৱা চোৱা এই বুলি তেওঁ অপ্সৰাসকলক আঙ্গুলীয়াই দেখুৱালে। লাহে লাহে ৰথ আহি হেমকুটৰ টিং পালে, খলা- বর্ষা মাটিত ৰথখনে ঠেকেচা লবলৈ ধৰিলে। লগে লগে ৰজাৰ গাত উৰ্ব্বশীৰ গাৰ ঘঁহনি লাগিল; ৰজাৰ শৰীৰ ৰোমাঞ্চিত হৈ উঠিল। উৰ্ব্বশী ৰথৰ পৰা নামিল; লৰালৰিকৈ আহি সখীয়েক হতে আলিঙ্গন কৰিলে। এনে সময়তে পূব ফালে ৰথৰ ধঘৰণি গুনা গ'ল ; সকলোৰে দৃষ্টি সেইফাললৈ ঘূৰিল । অলপ পাচত্তে ৰখ আহি তেওঁলোকৰ ওচৰ চাপিল; ৰথৰ পৰা নামিল গন্ধৰ্ব্বৰাজ চিত্ৰৰথ। চিত্ৰৰখে পুৰুৰৱাক ধন্যবাদ জনাই ক'লে,-“নাৰাৰ মুখে কেশীয়ে উৰ্ব্বশীক হৰণ কৰাৰ বাতৰি পাই উদ্ধাৰ কৰি বলৈ ইন্দ্ৰই মোক আদেশ কৰিছিল; ময়ে। মোৰ গন্ধৰ্ব্ব-সেন! লৈ ডাক ধৰিবলৈ ওলাইছিলোঁ। বাটত আপোনাৰ বিজয়- বাৰ্ত৷ শুনিবলৈ পালে। আৰু সেই কাৰণে আপোনাক
পৃষ্ঠা:সংস্কৃত নাটকৰ সাধু.djvu/৯৭
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৮৬
৮৬
সংস্কৃত নাটকৰ সাধু