পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উপক্ৰমণি। ভাৰত বুৰঞ্জীত ইতিহাসত। এখনতঃ ৩টা ভাগ দেখা যায়- (১) বৈদিক যু (খৃষ্টৰ জন্মৰ ২০০০ বোৰ বই আগৰ পৰা ৭ম শতাব্দিৰ মাজ ভাগলৈ); (২) পৌণিক বা মধ্যযু (৬৪৭ খৃৰ মাৰ ভাগৰ পৰা ১৯০০ খ। মাত্ৰ ভাগলৈকে) আৰু আধুনিক যুপ (১৭৫•॥ পা আজিলৈকে)। বৈদিক যুগ-এই যুগত স্তোত্ৰাদি, ব্ৰাহ্মণ, অৰণ্যক, উপ- নিষ, শিক্ষা, ব্যাকৰণ, নিৰুক্ত, কৰ আৰু জ্যোতিষ শাস্ত্ৰ- দিৰ সৃষ্টি হয়। পৃথিবীৰ ভিতৰত উপনিষদৰ নিচিনা এনে গভীৰ গীতৰ কিতাপ আৰু নাইকিয়া। ইয়াত মানুহৰ সুখ দুখ পৰিপূৰ্ণ জীৱন চিৰশান্তি পাইছে, আৰু মৃত্যুও চিৰশান্তি পাব। এই বু ভগৱানৰ এত্যক্ষ তত্ব লৈ যন্ত; ঈক সাক্ষাৎ পোৱাৰ চেষ্টা। পৌৰাণিক মধ্যযুগ-এই যুগৰ ধৰ্মই আৰক পৃথিবীৰ মাত বেলে কৰি তুলি ধৰিছে। এই যুগ বলে গত আমিও পৃথিৱীৰ ভিতৰত ভৰি নাৰ খ্যাতি ৰাখিছে। এই যুগৰ প্ৰধান সৃষ্টি-(১) সামাজিক জাতি