পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/৪৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৩০)

সিতো মূঢ়মতি  আন কেনমতে
 সাধিবে আপন গতি॥
হেন জানি নৰ  বিলম্ব নকৰ
 সদা বোলা হৰিবাণী।
হৰিৰ কিঙ্কৰে  দ্বিজ গদাধৰে
 কহিছে কাৰুণ্য বাণী॥

অথ ৺শ্ৰীশ্ৰী হৰিগুৰু চৰিত্ৰ।

৺ হৰিদেৱ গুৰু” নত্বা সংসাৰ বন্ধ মোচকং।
তচ্চৰিত্ৰং সমাসেন বণ্য়তে পদ্যবন্ধতঃ॥

 শ্ৰীকৃষ্ণং গোপবেশ° সুৰবৰ সুখদং শ্যামবৰ্ণং স্বৰূপং বাণীং লক্ষ্মীঞ্চ দেবীং সকলজনমনোবাঞ্চিতাৰ্থাদি দাত্ৰীং সৰ্ব্বান্বৈ বিষ্ণুভক্তান প্ৰকৃতিগুণ কৃত ক্ৰোধ কামাদি মোচান্ স্ত্তত্বা বাণেশ্বৰো ৺ হবিপদ-বিভবাং স্তচ্চৰিত্ৰ কৰোতি।

স্থানেশ্বৰ দ্বিজঃ কশ্চিদাসীৎ শাস্ত্ৰাৰ্থ তত্ত্ববিদ।
ভক্তিপন্থমনেকং বৈ সাধুসঙ্গাৎ শৃণোতিশঃ॥
সকৃত্বা গুৰুদেবস্য় দৰ্শনেচ্ছামতিং ততঃ।
গবেমাৰা খ্যাদাগত্য তস্থৌ সৰ্ব্বাশ্ৰমে তদা॥
তত্ৰলোক মুখাৎ শ্ৰুত্বা বৈকুণ্ঠ গমনং গুৰোঃ
অচেতনো হতজ্ঞানঃ পপাত স মহীতলে॥


দ্বিজ গদাধৰ এজন ৺ হৰিদেৱৰ ভক্ত।
৺ দ্বিজ বানেশ্বৰ কৈহাটী সত্ৰৰ উপৰি পুৰুষ। এও ৺ হৰিদেৱৰ এজন মহাভক্ত আছিল।