(১২৯) শাস্ত্ৰত উত্তম গীতা ভাগৱত ধৰ্ম্মত উন না। দেৱতো উত্তম দৈৰকী নন্দন চৰণে কৰে। প্ৰণা। প্রথম দ্বিতীয় তৃতীয় চতুর্থ পঞ্চম ষষ্ঠ সপ্তম । অষ্টম নবম দশম একাদশ দ্বাদশ ও উত্তম পৰভাতে প্রণামমা গােবিন্দ হৃষিকেশ। চিদানন্দ মুৰুতি কপট গােপাবেশ । প্রভাতে উঠিয়া নন্দেৰ ঘৰুণী কৃষ্ণক লগাইল। মাত। উঠা উঠা বাপু কুৰুয়া মযুৰে জোগান ধৰে তােমাত। ফিঙ্গু দিল। জালি, উঠা বনমালী, ৰঞ্জনী প্রভাত ভৈলা। বনৰ হৰিণ বনত লুকাইলা, পক্ষী দশােদশে গৈলা । উঠৰে গােপাল, জাগিলেহে ভাল, ৰােদে পাইবা বৰি দুঃখ। পিঠা পৰমাঃ কৰিয়া ভােজন, ধেনু মেলা চাদ মুখ । উঠৰে ৰাম গােবিন্দ, জাগৰে ৰাম গােবিন্দ। হংস তুলি পাই শীতল শয্যাত কতনু কৰস নিন্দ। . উঠৰে ৰাম কানাই, জাগৰে কৃষ্ণ বলাই। আঙ্গিনাৰ পৰা বালকে ডাকাই তােমাক লগ পাই। উঠিয়ে শয্যাৰ পৰা বন্ধ কৃষ্ণ ও ৰামধেনুলৈ যায় বৃন্দাবনে। সঙ্গৰ বালক সবে ধেনুলৈ যাই ৰঙ্গে, আমাৰ কৃষ্ণ আছ শয়নে। উঠা উঠা হৰি এ চান্দ বয়ান, ও হৰি হৰি পদ্ম নয়ণ। যশােদা মাৱে ডাকে ঘনেঘন, উঠা উঠা হৰিয়ে। মাৱৰ বচন শুনিয়া কানু, ও হৰি হৰি জাগিয়া কানু , হাতে লৈলা তুলি শিক্ষা যেত যে, উঠা উঠা ‘হৰি এ। যােবা- শয্যাত গিয়া কৃষ্ণে জুড়িলা পাতি। নাৰিৰে তােৰ ধেনু নধাইবাে, নৃয়ত্ব।
পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১৩৩
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই