গছে ভুবনেশ্বৰী প্ৰভুৰ শৰীৰ বেদমতে ভষ্ম কৰি৷ অনেক ভকতে, সন্ত যে মহন্ত কীৰ্ত্তন কৰয় বেঢ়ি॥ এহিমতে কৰ্ম্ম কৰিলা সকলো বেদৰ যত কৰণি। গুৰুৰ পৰম লীলা যে চৰিত্ৰ এহিমতে সমাপনি॥