(১১) হৰি একান্ত ভক্ত যত নিৰন্ত। হৰি, হেন মানি তা কৰিবা সাদৰ । স্নান কৰি মাধব স্তোত্ৰক বুলিব। পঞ্চ উপচাৰে হৰি পুজাক কৰিবা । তাহ পৰে মাধবক, কবি, স্বতি নতি। শিৰে নমস্কাৰ কৰি কৰিবা কতি। নিৰ্ম্মাল্য তুলসী লই প্ৰসাদ ভুঞ্জিব। অানন্দ কৰিয়া হৰি, কীর্তন, কৰিবা । শ্রবণ কীর্তন ধৰ্ম্ম কৰিবা সদায়... (১) ভাৱত ধৰ্মৰ এহিসে অভিপ্রায়। বেদৰ বিহিত কৰ্ম্মসদায় কৰিব। কদাচিতে মহন্তক নিন্দ। নকৰিবা । প্রাণী হিংসা নকৰিবা কৈলে। সাৰেসাৰ। প্রাণীৰ, হিংসাত পৰে পাপ নাহি আৰু ৪ এহি বুলি আদেশ কৰিলা দেৱ হৰি। যায়য়া যদুমণি তুমি উজান নগৰী । জন্মভূমি ত্যাজিক নাহিকে বিহিত। এহি ধৰ্ম্ম নিয়া তুমি স্থাপিকা তহিত পাছে হৰিচৰণক মেধি, যে পাতিল। মালা দিয়া জাগৰাক আদেশ, কৰিলা ॥ নাৰায়ণ দেৱক প্রভু আনিল মাতি। মালা দিয়া মেধি, পাতি হাতে নিল বাতি। শুভাক চলিয়য়া হেৰা কৰিলোঁ আদেশ ।- শুদ্ধ সত্য ধৰ্ম্ম তুমি, কবিরা নিঃশেষ। (১) ভাতৰ নৱ অঙ্গ- শ্ৰবণ, কীর্তন, বিষ্ণু নাম 'অৰণ, পাদ সেৱা, অর্চনা, বন, দাস্য, সখী আৰু আয়ু নিবেন।
পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১১৪
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই