(১০৯) পৰম হদ্ভুত কম্ম দেখিয়া প্রভু। তাহাঙ্ক মানুষ বোলে অধম পামৰ ॥ হেন জানি তাহাৰ চৰণ মনে ধৰি। হৃদয় পদ্ম ই চিন্ত। তা যত্ন কৰি ॥ ঈশ্বৰৰ অংশে অবতাৰ তেহেঁ। হৰি। জানি বাঢ় দ্বিজে প্রণামিল। পাৱে ধৰি ৮ দিযে উপদেশ প্রভু চৰণত ধৰে।। তােমাৰ প্ৰসাদে ঘোৰ সংসাৰক ৰে। তুৱ। সম গুৰু আমি নতু আছে। পাই। ৰাখিও আমাক প্রভু নিগুন গােসই হৰিদেৱে বােলে শুনিয়ােক বিপ্রগণ। বিচাৰিয়া গুৰু লভিয়ােক অন জন। আমি কেনমতে তৰে ঘােৰ সংসাৰত। আনক ৰাখিবো কেনে দুৰ্ঘোৰ কলিত। বচন শুনিলন্ত দ্বিজগণে। মৃত্যু সম হৈয়া ফিৰি গৈলা তেতিক্ষণে তাহ পাছে ফিৰি আসিল বাজন। সিবেলা ও তাসম্মাক কৰিলা বৰণ ॥ চাৰিজন দ্বিজ আসিলন্ত পুনর্বাৰ। দেখিয়া তাহাঙ্ক প্রভু কৰিলা সাদৰ । চাৰিত কহিলা বিষ্ণু জ্ঞান মহাত। শুনি তাসম্বাৰ মনে আনন্দ বহুত । পুছিল। সাদৰে ভাগৱত ধর্ম যত। হাৰদেৱে বোলে মই কহে মাসাত ॥ প্ৰথমতে হেঁ শুনা” ধৰ্ম্ম ভাগৱত। আৰু জানি নৰ সুখে তৰে সংসাৰত এতেক
পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১১৩
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই