পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১০০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(১৬) গোক ধৰি লিলা গত কৰি চলি যায় বাজ পথে। আট পৰে যেন চবিত্ৰ মিলি শুনিয়েৰু নিৰন্তৰে। পালশা গ্ৰামে আছে একজন ধনু কাটা নম ধৰে। পম দুন নাহি এয়ে জন নামামে কাকো দৰ্পত। তাহাৰ দৰ্পক চুৰ কৰা বুলি পৰিলা ধা মাজত। 'দেশি ধনু কাট। চোখ ৰেগত পাৰিৰে লাগিল গালি। কেনন কনা হ মাছে যান ধাত ভাজি কৰি আলি॥ লিয়ে কন তৈলা তৈতে পৰি ৰৈ নাজানি গুণ সমূলি। তাৰ দপ চুৰ কৰি প্ৰং গৈলা চলি। শঙ্কত যাই গোবিন্দে কহিল। শুনিয়া বিস্ময় তৈলা। ঈশ্বৰৰ কৰ্ম্ম লনিয় তাহক আখালী বুলিৰে লৈলা। সাত গমন তৈলা যেন কথা শুনা আৰু সৰ্বজন। তৃষ্ণায়ে পীড়িত ভৈলা শৰ এক আনা এখন।