পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

শ্ৰীশ্ৰীশঙ্কৰ দেৱ।

জয় গুৰু শঙ্কৰ  সর্ব্ব গুণাকৰ
 যাকেৰি নাহি উপাম।
তোহাৰি চৰণক  ৰেণু শত কোটী
 বাৰেক কৰোহো প্রণাম॥

 যিজন অৱতাৰ পুৰুষৰ অপাৰ গুণত আপােন পাহৰাহৈ মাধবদেৱৰ নিচিনা অগাধ পণ্ডিত গুৰুক্তিপৰায়ণ মহাপুৰুষে

শ্ৰীমন্ত শঙ্কৰ হৰি ভকতৰ
 জানা যেন কল্পতৰু।
তাহান্ত বিনায়  নাহি নাহি নাহি
 আমাৰ পৰম গুৰু॥