পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

জাননী।

 যদি আপোনাক নানাপ্ৰকাৰ নতুন বাই চাইকেল বা তাৰ যি কোনো আহিলা পাতিৰ আৱশ্যক হয় তেনে আনলৈ লিখাৰ পূৰ্ব্বে এবাৰ আমালৈ লিখি দৰ ভাও বুজক। আমি বিখ্যাত বিখ্যাত চাইকেলৰ এজেঞ্চীলৈ সকলো প্ৰকাৰ চাইকেল কলিকাতাৰ দবতে বিক্ৰী কৰো চাইকেলৰ অৰ্ডাৰ দিওঁতে অনুমানিক দামৰ চাৰি ভাগৰ এভাগ ধন অৰ্ডাৰৰ লগতে পঠাব লাগে। বাকী ধন ভিঃ পিঃ কৰি আদায় কৰা হয়।

পৰীক্ষা প্ৰাৰ্থনীয়ঃ—
ঠিকানাঃ—
লক্ষ্মীগোপাল এজেঞ্চী কোং
পোঃ আঠঘৰীয়া, আসাম।