পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/১৩২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

জাননী।

 আমাৰ ওচৰত তলত লিখা ও আন আন সকলো পাঠ্য পুথি, ধৰ্ম পুথি, নাটক, উপন্যাস, কীৰ্তন, দশম, ৰত্নাৱলী, ৰামায়ণ, মহাভাৰত আদি পুথি সস্তা দৰত যায়। তলত লিখা বিলাক একেলগে ৫৻ টকাৰ বা সৰ ধনৰ নিওঁতাক উপযুক্ত মতে কমিচন দিয়া হয়।

১। লৰাপাঠ (আগ ছোৱা) /১০ ২। লৰাপাঠ (মাজছোৱা) ৩। সৰল ধাৰাপাত /১০ ৪। প্ৰাইমাৰী ভূগোলপাঠ |৹ সৰল সংস্কৃত শিক্ষা ।৶৹ ৬। দোহাৱলী। ৭। উৰ্বশী উ (নাটক) • ৮। চন্দ্ৰপ্ৰভা (উপন্যাস) ০ ৯। প্ৰভাত গে গোষ্ঠ। ১০। লৱকুশৰ যুদ্ধ॥০ ১১। লক্ষ্মণব শক্তিশেল। অজামিল উপাখ্যান • ১৩, যজুৰ্বেদীয় শ্ৰাদ্ধপদ্ধতি ১ বিবাহপদ্ধতি ১০ ১৫। অন্তেষ্টিক্ৰিয়া পদ্ধতি ১০ ১৬। দ দৰ্পণ ১৮ (১ম ও পঞ্চম খণ্ড) ১৭। গো চিকিৎসা। শিশু চিকিৎসা॥• ১৯। স্ত্ৰী চিকিৎসা॥• ২০। লক্ষ্মী • ২১। বড় গীত॥ ২২। পচাত নাম। ২৩। মৎস্যবিবা ২৪। পুষ্পধাৰী। ২২। বিষহৰিৰ জন্ম। ২৬। ধনী ২৭। সীতাসয়ম্বৰ • ২৮। জন্মাষ্টমী • ২৯। ভাং পুন।

ঠিকানা-
লক্ষ্মীগোপাল এজেঞ্চী কোং।
পোঃ আঠঘৰীয়া-আসাম।