পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/৪৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰগীত মদন দমন ৰুপ, পেখিয়ে পু পুৰু; মূৰুচি পৰয় সুৰ নাৰি। সোহি জগঞ্জি, বিযোগ অব সংবি, কৈচন চিত্ত হামাৰি। হৰি বিৰহানল, আকুল গোপিনি, দৰসন দিয়সে নাই। হৰি গুণ কহি হি, প্ৰেমে ঝুৰয় নিৰ, শঙ্কৰ এই ৰধ গাই ২২। হেৰং-দেখা, হেৰা। মাই-মাধৱ। বাই-সৰি। নিশান -শব্দ। মেদিন- অনিন্দকাৰী। ওদন-সিদ্ধাৰ, ভাত। আগুবুলায়—মাগত খেদি লৈ যায়। বঙ্কিম নয়ন-কেৰাহি চাৱন। সৰোহ-পন্ন। হেৰাইতে-দেখাওঁতে। মদন দমন ৰূপ-মদনক চেৰ পেলোৱা ৰূপ। পেখি—দেখি। মুৰুচি-মূচ্ছ। গৈ; চেতন লোপ হৈ। সহবি—সহ কৰিব। ৰনাৰী-দেবাঙ্গন, দেৰ-স্ত্ৰী। অব—এতিয়া। বিহানল-বিচ্ছেদ বলি। ৰাগ-ধনশী। ধ্ৰুং-দেখু সখি মধুৰ মুৰতি হবি। | ধৰি অধৰে পুৰে মুৰুৰী।। পদত অভিনব ঘনকাল।। উৰে লুলে কদম্বক মালা। পিত অম্বৰ তৰিত জোতি। জলে কম্বুগলে গঞ্জ মতিন। পাঠায়;- * কদম্ব;। গজমোতি;