নামৰ সমান নাহি যোগ কৰ্ম্ম ধৰ্ম্ম। নাম-ভক্তিপৰায়ণ সেহিজন ব্ৰহ্ম॥ ১০৬৬ কহয় গোবিন্দ মিশ্ৰে শুনিয়োক নৰ। ৰাম কৃষ্ণ ধ্বনি কৰি সংসাৰত তৰ॥ ১০৬৭
(চতুৰ্দ্দশ অধ্যায় সমাপ্ত)