পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/২২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৪
শ্ৰীমদ্ভগৱদ্‌গীতা

কৃষ্ণৰ কিঙ্কৰে যে গোবিন্দ মিশ্ৰে কয়।
অঞ্জনক পিসন্তে পৰ্ব্বত ভৈল ক্ষয়॥
কৃষ্ণ যে সুহৃদ সখা প্ৰিয় গুৰু জানি।
ৰামকৃষ্ণ ৰামকৃষ্ণ বুলিয়োক বাণী॥১৩৪


( দ্বাদশ অধ্যায় সমাপ্ত )


_____