শ্ৰীশ্ৰীকৃষ্ণচৈতন্যচন্দ্ৰায় নমঃ।
তংবন্দেবৈষ্ণবগুৰংপদানন্দসুশীতলং।
যৎপ্ৰসাদান্মহজ্ঞস্যভক্তিশাস্ত্ৰবিলোকণং॥
বন্দো আদ্য গুৰু পিতা মাতাৰ চৰণ।
যাৰ উপদেশে দীক্ষা গুৰু দৰশন॥১॥
[১] দীক্ষাগুরু দীক্ষাবীজ ৰোপন কৰিয়া।
আপুনি কান্দাৰি হই কান্দাৰ ধৰিয়া॥২॥
[২] শিক্ষাগুৰু ঘাটেনৌকা দিলেক লগাই।
ভাবিচাওঁ এনে উপকাৰী পাওঁ কৈই॥৩॥
- ↑ দীক্ষায় শৰন, শৰনে গুটি।
- ↑ শিক্ষায় ভজন, ভজনে গছ॥