পৃষ্ঠা:শ্ৰীভজনবিলাস পদ্ধতি.djvu/১৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শ্ৰীভজন বিলাস পদ্ধতি।


জপ কৰিলেও তাৰ পৰাএকো ফল নধৰে। এতেকে

পুনৰ গুৰু কৰিব পাৰি যে, ইবিষয় ভ’য়ে উদ্ভট্ট

চন্দ্ৰিকা, ভাগবত ও গৌতমীয় তন্ত্ৰ এই তিনিখন

শাস্ত্ৰক সাক্ষী দিছে।

জ, না

(জ) জ’এ কয় ৰিঙ্গিয়ায়,  জনমিয়া যি ধৰায়,
 সমস্ত বিধান আছে খাই।
ব্ৰহ্মাৰ মাটিত যাৰ,  চ’হৰ নাই কাৰবাৰ,
  এহেন চহকি বেছি নাই॥৩২॥
জীবন থাকোঁতে জন্ম, লব পাৰে হেন ক্ষম,
 আছে যাৰ সেই ভাগ্যবান।
আৰু চিন্তামনিপূৰে,কোনে আনাগুনা কৰে
 চিনি লোৱা হইয়া নিপুন॥৩৩॥॥

শিবোমা সম্বাদে।

“শৃনু দেবী প্ৰবক্ষ্যামি চৈতন্য পৰমাদ্ভূতং।
বিনা চৈতন্য মন্ত্ৰে ন জীবহীন বপুঃ যথা।”

ভাবচুৰামনিয়ে।

চিন্তামনিপূৰ চৈব গুপ্ত চন্দ্ৰ গ্ৰাম স্তথা

ইত্যাদি।