পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
শ্ৰীবৎস চিন্তাৰ বনবাস।

শকুনীত পাশা হাৰি যুদ্ধিষ্ঠিৰ ৰায়
বনবাস খপিলন্ত সমে চাৰি ভায়। ৪
সমে চাৰি ভাই আৰু দ্ৰোপদ জিয়াৰি
স্বামী সকলৰ সঙ্গে গৈলা বৰ নাৰি।
বনবাস সংকতত আক্ষেপ কন্তু
সেহি কালে যদুনাথে তাহাঙ্ক বুজান্ত।
শুনা বাজা কহে আমি পুৰ্বৰ কাহিনী
ভাগ্যব অধিন যত সংসাৰৰ প্ৰনি।
প্ৰাগ্বদেশ বাজা আঢ় চিন্তা মহাদৈই
শনি কোপে বনবাস খপিলন্ত গই।
ৰাজ্য নাল ভৈ। পাচে কাননে প্ৰবেশি
ৰানি জমে মহা দুঃখ শনিক উপেক্ষি।
বঢ়য় বিষ মনে অন্যে ভ্ৰমিল
পুনৰ্ব্বাব ৰাজা হৈব। প্ৰজাক পালিল।
শনি বৰে লৈ তা শতেক সন্ততি
স্বৰ্গক লভিল অন্তে ভৰ্য্যায়ে সহিতি।
একমনে না বাতা ইতো উপাক্ষান।
শ্ৰীবৎস মৃ{ | চিন্তা কোন জন।
প্ৰন্থিদেশ ' t; নব নবপতি
তান হন্তে : - :: শ্ৰীবৎস সন্ততি।
বৃদ্ধকালে। .
• জিপাট দিয়া
স্বৰ্ণবাসি 'ৈ: "থিবি তেজিয়া।