শ্ৰীকৃষ্ণ। ৪৬ এনেতে যমলাৰ্জ্জুন নামে দোজোপা যুঁজা অৰ্জ্জুন গছৰ গুৰিত উলটো পথালি হৈ যোট লাগি ৰলগৈ। কৃষ্ণই একেটা আঁজোৰতে গছ দোজোপা উভালি পেলাই চেঁচৰাই নি কেইনলমান গৈছে, তেনেতে গোপিনীবৰ্গৰে সৈতে যশোদাই খেদি গৈ লৰাৰ অদ্ভুত কাৰ্য্য দেখি বিস্ময় মানিলেগৈ! (১) অদ্ভুত লৰাৰ অদ্ভুত কাণ্ডই যশোদা আৰু গোপিনীবৰ্গৰ আগৰ আন্তৰিক অলৌকিক ভাব আগতকৈও ডাঠ, কৰিলে। সিবিলাকে আথে-বেথে কৃষ্ণক মোকলাই ঘৰলৈ আনি অতৃপ্ত দৃষ্টিৰে চাবলৈ ধৰিলে; আৰু সেই দিনাৰপৰা সিবিলাকৰ অন্তৰত কৃষ্ণৰ তি আসক্তি ক্ৰমাৎ প্ৰৱল হৈ আছিল। ঘিটমিটকৈ লৰি ফুৰা কৃষ্ণক চাওঁতেই যশোদা আইয়ে কাচুতি এৰিব লগাত পৰিছিল। তাৰ পাচত যেতিয়া স্বতন্তৰীয়াকৈ উমলি ৰিবপৰা হল, তেতিয়া চঞ্চল কৃষ্ণক তেওঁ চালে কেনেকৈ! এই (১) (ক) বিষ্ণুপুৰাণ, নাদপুৰাণ, পদ্মপুৰাণ আৰু ব্ৰহ্মবৈবৰ্ত পুৰাণ মতে এই গছ দোজোপা প্ৰকৃতপক্ষত দুজন যক্ষ; না দি মুনি শাপগ্ৰস্ত হৈ সিবিলাকে পৃথিবীত জন্মগ্ৰহণ কৰিছিল। পিচে, এই ছেগতে বিষ্ণু। অহাৰ শ্ৰীকৃষ্ণৰ হাতত মুক্তি লাভ কৰি দুয়ো পুনঃ বক্ষধামলৈ গতি কৰিলে। (খ) মাগৱত, দশম স্কন্ধ, ম অধ্যাব ১৭শ প্লেকিত এই সম্বন্ধে আৰু অলপ বইলাই কোৱা হৈছে। সেই মতে এই গছ দেজোপা নলকুবেৰ আৰু মণিগ্ৰীৱ নামে কুবেৰ দেৱতাৰ দুজন সঁজা পুত্ৰ; না মুনিৰ শপত পৰি সিবিলাকে পৃথিবীত উক্তি ৰূপে জন্মধাবণ ক ছিল। পিচে, যথাসময়ত কৃষ্ণৰূপী বিষ্ণুৰ দ্বাৰাই সেই হেগতে শাপমুক্ত হৈ দুয়ো পুনঃ স্বৰ্গগামী হয়। (গ) পুৰাণাদি। তথ্য পাকে যি ভাৱে লয় লব; কিন্তু সেই জা গছ দোজোপা সম্ভবতঃ অৰ্জুন গছ দুপি জা পুলি ছিল; অসাধাৰণ ৰাৰ লৰা কৃষ্ণই লৰৰ বেগত তাক উভালি পেলোৱাটো একো আচৰিত মানিব লগীয়া কথা নহয়।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৭৩
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই