পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৬৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নামকৰণ। দেখুৰাই তাৰ মূলমন্ত্ৰ গোটাদিয়ে ননৰাজক এইদৰে ভাজি কলে, “জানা নন্দৰাজ, ৰোহিণীৰ পুত্ৰই সুহৃদগণক বিশেষ আনন্দ প্ৰদান কৰিব, সেই অৰ্থে তেওঁৰ এটি নাম হৈছে ৰাম'; তেওঁ বয়সত প্ৰচুৰ বলৱন্ত হব, সেই বাবে তেওঁৰ দ্বিতীয় নাম ৰখা হৈছে বল; আৰু তেওঁৰ জন্মই যদুগণৰে সৈতে তোমাৰ সম্বন্ধ বিশেষকৈ আকৰ্ষণ কৰা হেতুকে তেওঁৰ আন এটা নাম থোৱা হল ‘সঙ্কৰণ (১) *। তাৰ পাচত, অপৰ পুত্ৰটিৰ নামকৰণ সম্পৰ্কে গৰ্গাচাৰ্যই এই দৰে ব্যাখ্যান কৰে, “এওঁ ক্ৰমান্বয়ে খেত, ৰক্ত তৰু পীত এই তিনি বৰ্ণেৰে দেহধাৰণ কৰি যুগে যুগে জন্মপৰিগ্ৰহ কৰিছিল; কিন্তু বৰ্তমান যুগত এওঁ কৃষ্ণ বৰ্ণ ধাৰণ কৰিছে, গতিকে এই যুগত এওঁ কৃষ্ণ নামেই খ্যাত হব (২)। আৰু, তোমাৰ এই পুত্ৰই কৰবাত কেতিয়াবা বসুদেৱৰ (১) “অয়ং বৈ ৰোহিণীপুত্ৰো বময় সুহৃদো গুণৈঃ। আখ্যাতে বাম ইতি বলাধিক্যাদ্বলং বিদুঃ। যদুনামপৃথগভীবাৎ সঙ্কৰ্ষণমুশত্ত্যপি।” -শ্ৰীমদ্ভাগৱত, দশম স্কন্ধ, ম আধ্যা, ম লোক। আৰু দৈৱকীৰ গৰপৰা সকৃষ্ট হৈ যোগমায়াৰ দ্বাৰাই ৰোহিণীৰ গৱত স্থাপিত হৈছিল বুলিও, বলৰাম ‘সঙ্কৰ্ষণ’ নামে খ্যাত।-ধৰ স্বামিকৃত ভাবাৰ্থদীপিকা। (২) “অসি বৰ্ণায়ে হস্য গুতোহনুযুগ তনু। শুক্ৰো বক্তস্তথা পীত ইদানীং কৃতাং গতঃ।”-শ্ৰীমদ্ভাগৱত, দশম স্কন্ধ, ম অ্যাখ্যা, ১ম লোক। কৃষি অৰ্থত (ভু) সত্তা, বিদ্যমানতা অৰ্থাৎ সৎ স্বৰূপ; ৭ অৰ্থত নিবৃতি, অৰ্থাৎ পৰমানন্দ। কথ্যন্তে বৰ্ণনামভ্যং শুক্ল সত্যযুগে হৰি। ৰক্তঃ শ্যাম ক্ৰমাৎ কৃষ্ণ তোয়াং বাপৰে কলৌ। ভাগবতামৃতৰ এই ৰচন অনুসাৰে সত্যযুগত হৰি শুক্লবৰ্ণ, তোত ৰক্তবৰ্ণ, পবত শ্যামবৰ্ণ আৰু কলিত কৃষ্ণবৰ্ণ ধাৰণ কৰি আবিভূত হয়। কিন্তু, পৰৰ শেহত যে কৃষ্ণৱতাৰ বা বাসুদেৱৰ তিৰোতাৰৰ