শ্ৰীকৃষ্ণ। নন্দ-যশোদাও শ্ৰীকৃষ্ণৰ পিতৃ-মাতৃ। সিবিলাক কৃষ্ণৰ ধৰ্ম্ম-পিতৃ আৰু ধৰ্ম্ম-মাতৃ। ওপজা-ৰাতিয়েই কৃষ্ণক পিক বসুদেৱে অতি (গ) “হৰিবংশ” ইতিহাস মতে, মথুত কৃষ্ণ জন্ম হোৱা ৰাতিয়েই যমুনা সিপাৰে গোপৰাজধানী গোকুলত নন বাণী যশোদায়ে এটি কন্যা-সন্তান প্ৰসব কবে। বসুদেৱে নজৰে সৈতে যুগুতি কবি প্ৰদূতা যশোদাৰ বুকত দৈবকীব পুত্ৰটি থৈ, ওপজা-কন্যাটি সলনিত লৈ আহি প্ৰসূতী দৈৱকীৰ বুকত থলেহি। হবিবংশ, বিষ্ণুৰ্ব, ৫৯ অধ্যা। (ঘ) বায়ুপুৰাণ ৩৪শ অধ্যাব ২০১–২০৩ শ্লোক মতে, দৈৱকীব অনুমিত অষ্টম সন্তান, অৰ্থাৎ নন্দ-যশোদাব। কন্যা-সন্তানটি কংসই বধিবলৈ নাপালে; মথুৰাবাসীয়ে কোনো কৌশলেৰে কন্যাটি সৰু ই নি বৃন্দাবনত গোপনে প্ৰতিপাল কবাই ডাঙ্গ- দীঘল কৰাইছিল। যাকালত সেই কাটিয়েই বৃন্দাবনৰ বাসেশ্বৰী বাধিকা, অৰ্থাৎ কৃষ্ণৰ চিব-অবাধিকা, চিব-লগৰী যোগমায়া বা কৃষ্ণৰ শ্ৰী হৈ জিলিকিছিল। যোগমায়া। সংযোগত হে শ্ৰী +কৃষ্ণ =শ্ৰীকৃষ্ণ; সেই যোগ বিহনে ঐবিহীন উকা কৃ—“যা নিতাচিং ঘটনানা গুণৰূপবিবৰ্জিত॥ আনন্দা স| পৰাদ্ধা ৰাহ্মী ভিধিয়তে।”—বায়ুপুৰাণ, ৩৪শ অধ্যা, ২০১০-২০৩ শ্লোক। (ঙ) বিষ্ণুপুৰাণ, শ্ৰীমদ্ভাগৱত আৰু হৰিবংশতো একেসুৰে কোৱা হৈছে যে, যেতিয়া কংস বজাই দৈৱকীব অষ্টম গৰ্ভজাত সন্তান ভাবি, নল-যশোদাৰপৰা বসুদেৰে দৈকীৰ গৰ্ভজাত সন্তানৰ সলনিত আনি থোয় কন্যাটিক শিলত মুৰ অফালি বধ কৰে, তেতিয়া সেই কন্যাব দেহাবপৰা বাজ হৈ যোগমায়া দেবীয়ে স্বৰূপ মুৰ্তি ধাৰণ কৰি আকাশলৈ উঠি এই বুলি দৈৰবাণী শুনাই যায়,—“হেৰ মুৰ্থ কংস, স্বৰূপত যি তেব বধ লব, সেই ক্ষণজন্মা মহাপুৰুষ যথাস্থানত নিৰাপদে বৈ-গৈছে; যথা- কালত তেওঁৰ যোগত মোক পুনবপি দেখা পাবি।” ইয়াতকৈ লৌকিকতাযুত বায়ুপুৰাণৰ উক্তি বেচি বিশ্বাসযোগ্য; ইয়াৰ আদিছোৱা বায়ুপুৰাণৰে সৈতে মিলিছে, কিন্তু শেহৰ ছোৱাত অলৌকিকতাৰ মাত্ৰ চৰি অমিল হৈছে। অনিজেইখন পুৰাগতো মুল একেটা; কিন্তু ডাল, ঠাল আৰু ঠেলিত অলৌকিকতাৰ পাৰ্থক্য বৈহে।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৫৩
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই