পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৩৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শ্ৰীকৃষ্ণ।

অধিপতি আছিল; আৰু সিবিলাকৰ প্ৰৱল প্ৰতাপৰ প্ৰভাৱত মথুৰা নগৰী সমগ্ৰ আৰ্য্যাবৰ্ত্তৰ গৌৰৱৰ কেন্দ্রস্থল হৈ জিলিকিছিল। সেই জিলিকনিৰ ৰেহ্ এতিযা দেখিবলৈ নাই যদিও, তাৰ সােৱৰণী মাৰ যােৱা নাই।


তৃতীয় ছেদ।


গােকুল।


 যমুনাৰ সিপাৰে, মথুৰাৰপৰা ছমাইলমান দূৰৈত, সুবহুল যাহনি চাপৰিৰে সৈতে এখনি অতি মনোৰম ঠাই আছিল, তাৰ নাম গােল। ঠাই ডুখৰি সুন্দৰ ঘঁহি বন, গছ গছনি, নৈ নিজৰা আদিৰে সৈতে পৰিপুৰ ; দেখিবলৈ বৰ শুৱনি, আৰু গৰু হাগী আদি পােহনী জন্তু চৰাবলৈ বৰ সুচন ঠাই। সেই কাৰণে, ই অঘৰী (১) মানুহৰ বসতি-থল আছিল। আমি যি বাৰ কথা কব7ৈ ধৰি.২া, সেই কাণত ইয়াত এবিধ বিচক্ষণীযা অঘৰী মানুহে বাস বৰিছিল, সিবিলাক গােপ (গুৱাল) নামে জনাজাত। সেই গােপবৰ্গৰ গৃহিণী আৰু বোৱাৰী জীযাৰীবিলাকক গগাপিনী বাে• যাষ। সেই গােপিনীৰকৰ চৰিত্ৰ অতি বিচিত্র, অতি বিশুদ্ধ, আৰু অতি প্রাকৃতিক ধৰণৰ আহিল। সিবিলাকৰ


⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻


(ক) “হৰিবংশ”-হৰিবংশ পর্ব।
(খ) শ্রীমদ্ভাগবত-দশম স্কন্ধ, ১৯—২৩ শ্লোক।
(গ) খেদসংহিত দশম মণ্ডল, ৪৮৯ কে।
(১) চিৰস্থায়ী ঘৰ-বাৰী নোহোৱা মানুহ হেতুকে সিবিলাকক অঘৰী বোলা হৈছে সিবিলাক এবিধ পমুৱা মানুহ আছিল।