পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৮১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২। আধ্যা। প্ৰথম দে। কেশী-বধ,—কেশ। গোকুলৰপৰা উঠি অহাৰ কিছুমান দিনৰ পাচত, গোপ-উপনিবেশৰ বিঘ্ন উৎপাদক এটা দৈত্য হেন জন্তু বৃন্দাবনত দেমালহি। জন্তুটো ঘোঁৰাৰ নিচিনা ডিঙ্গি ঘোৰ-খোৱা, গন্ধনত দীঘল চুলি বা কেশ (১)। কেশযুক্ত খ্ৰীবা, এই অৰ্থতে জন্তুটোক কেশী বোলা হয়। ইয়াৰ সম্ভেদ পাই শ্ৰীকৃষ্ণই তলে তলে তাৰ সন্ধান লবলৈ ধৰিলে, তেওঁ তাৰ খোজ ধৰি ধৰি তাক বিচৰা হল। পিচে, এদিন গৰখীয়াবৃন্দৰে সৈতে ৰামকৃষ্ণই গৰু চৰাই ধেমালি কৰি থাকোতে কালিন্দীপাৰৰ জোপা এটাৰ মাজৰপৰা ওলাই ঢেটেকাই সেই কেশীটোৱে গৰখীয়া লৰাজাকলৈ খেদি আহিল। গৰখীয়াবৃনে ভয়ত চিয়ৰ-বাখৰ লগাই “লাইক” (বলৰাম) আশ্ৰয়ৰ কেন্দ্ৰ কৰি আতুৰভাৱে বেৰি ধৰিলে হি। এনেতে, ছেগ বুজি কানাইয়ে (শ্ৰীকৃষ্ণ) কেশীৰ ফালে দোখোজ (১) সম্ভৱতঃ ই এবিধ ঘোচানেকীয়া সিংহ বা জ্যে। অতিজত মধুবন অচল সিংহষন আছিল। মধুবনত মথুৰা নগৰী প্ৰতিষ্ঠিত হোৱাৰ পাচত, তাৰ সিইবিলাক বৃন্দাবনত সোমায়গৈ। তাৰ পাচত সিহঁত অৰ্য্যাবৰ্ত। নানা ফালে সিচৰিত হৈ পৰিল। সদৌশেহত সিংহৰ আধুনিক ঘাই-খলি হল সুলৰবন। মধুবন সিন, সুন্দৰবন চানেকীত পৰাৰ সৰ্বতোভাৱে দৃশ্য আছে।