পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৬৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০। আধ্যা। প্ৰখমছে। অম্বিকাবন (১) তীৰ্থযাত্ৰা। শঙ্খচূড় (২) বধ আৰু নন্দোদ্ধাৰ (৩)। বৃন্দাবনত ব্ৰজবাসীৰ অপায়-অমঙ্গল অন্ত পৰিও নপৰে! বোম- অসুৰ বধৰ লগতে বৃন্দাবন বনশত হল যেন লাগিছিল। পিছে, (১) “অম্বিকা বন” বৃন্দাবনত স্বৰস্বতী নৈৰ পাৰত ভগৱতী শিবানীৰ মহাতীৰ্থ থান। আজিকালি শাক্ত সম্প্ৰদায়ৰ মাজত প্ৰচলিত শাৰদীয় দুৰ্গাপুজাৰ হবে, জবাসীয়ে বছৰি এই তীৰ্থস্থানত শিয়বাত্ৰি-তিথিত দেবদেঃ পশুপতি আৰু দেবী অধিকাৰ পূজা পাতিছিল। —শ্ৰীমগিবত, দশমস্কন্ধ, ৩৪ আধ্যা, ১ম লোক। (২) শ্ৰীমদ্ভাগৱত মতে, শঙ্খচূড় কুবেৰৰ অনুচব। শাপগ্ৰস্ত হৈ তেও যক্ষৰূপে পৃথিবীত ভ্ৰমিছিলহি। অম্বিকাযাত্ৰাৰ কালত শ্ৰীকৃষ্ণৰ হাতত মুক্তিলাভ কৰি তেওঁ পুনঃ স্বৰ্গগামী হয়। সেই যক্ষই খোপাত এটা বহুমূলীয়া শমণি পিন্ধিছিল। শ্ৰীকৃষ্ণই শচুড়ক বধ কৰি সেই মণি আনি অগ্ৰজ বলবামৰ উপহাৰ দিয়েহি। জনসমাজে ভাগৱতৰ উক্তিত যি যুক্তিকে থটাওক, আমাৰ যুক্তিক সেই উক্তিয়ে অলপ পাৰু লাগি সমৰ্থন কৰিছে। অৰ্থাৎ, আমাৰ মতে শচুড় এটা যক্ষদেন বন-মানুহ। অসভ্য বনৰীয়া মানুহবিলাকে সচৰাচৰ লুকাইচুৰকৈ যিবোৰ কাম কৰে, চুড়েও তাকে কৰিছিল। আৰু তাৰ পৰিধেয় মুলীয়া ৰি” আন নহয়, সি প্ৰকৃত শই। পবতীয় তলাভিৰৰৰ মানত বিশেষকৈ শামুকীয়া খবৰ মূল্যবান নয়।