ndo শ্ৰৱন কৰাটো নিচেই স্বাভাবিক। ইয়াক কেৱে দুই নকৰে। আমি জনখিনিত, অধ্যাপক মেক্সমূলাৰ (Max Mullar ), পণ্ডিত ওৱেবাৰ (Weber ), পণ্ডিত উইলচন (Wilson ), পণ্ডিত collage, ** (Goldstucker), afet CF4294 (Colebrooke), পণ্ডিত এলফিনষ্টো (Elphinstone', পণ্ডিত উইলফোৰ্ড ( Wilford!, afratge corcstfelas. (Megasthenes ) এইসকল কৃষ্ণ চৰিত্ৰত হাত দিয়া পাশ্চাত্য পণ্ডিতৰ কেৱে এই বিষয়ত কোনো প্ৰতিবাদত কৰা নাই। ৰাজ-বংশাণী যে সত্য ঘটনাৰীৰ গাত গঢ়ি লৈ লিখা হয়, তাকে কেৱে নুই নকৰে। এতেকে, মহাভাৰত, পাণ্ডৱৰ সংস্ৰৱত, যি শ্ৰীকৃষ্ণ-আখ্যান অপৰিহাৰ্যকৈ বিবৃত হৈছে, সেই শ্ৰীকৃষ্ণৰ অস্তিত্বৰ প্ৰতি আস্থাহীন হোৱাৰ কোনো যুক্তি নাই,শ্ৰীকৃষ্ণ যে স্বৰূপ, কৃষ্ণকাহিনী যে প্ৰকৃত আখ্যান, তত আৰু ধনিষ্ঠামানো সন্দেহ নাই। তেন্তে, ইমানতে কৃষৰ মানৱত্ব প্ৰতিপন্ন হল বুলি ধৰিব পাৰি। কিন্তু মানৱ বুলি, শ্ৰীকৃষ্ণ আদৰ্শ মানৱ। আদৰ্শ স্বৰূপেও শ্ৰীকৃষ্ণ উচ্চতম আদৰ্শ, যি আদৰ্শ সহজে ধাৰণা কৰিব পৰা নাযায়, যি আদৰ্শ অদ্ভুত, অলৌকিক, অতি প্ৰাকৃতিক হেতুকে মানৱে শ্ৰীকৃষ্ণত ঈশ্বৰ আৰোপ নকৰাকৈ নোৱাৰেগৈ। এতিয়া, শ্ৰীকৃষ্ণৰ স্থিতি বিষয়ে একেষাৰ। সেই অৰ্থে কৃষ্ণদেৱৰ আবিৰ্ভাব আৰু তিৰোভাব, অৰ্থাৎ কৃষ্ণ-জন্ম আৰু কৃষ্ণ-প্ৰয়াণৰ কাল নিৰ্ণয় কৰাৰ প্ৰয়োজন। এই কা-নিৰ্ণয় অদ্যাপি নিশ্চিত হৈ উঠাগৈ নাই এখোন। এই বিষয়ক সিদ্ধান্ততে নানা ঋষিৰ নানা মত। সেই মতভেদত অন্ততঃ তিনি-চাৰিশ বছৰৰ হীন-ডেঢ়ি-ব্যৱধান দেখা যায়। সি যি হওক, এতিয়া ইয়াৰ আঁতিগুৰি বিচাৰি পম্
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৬
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই