পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৪৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১ সম্পূৰ্ণাঙ্গ হলত, পুনৰপি ৰাম-শিক্ষাৰ অনুজ্ঞা ৰাজি উঠিল-বেণুধৰক কেন্দ্ৰ কৰি মৰল পাতি লৈ গোপিনীসকলে মনমোৰ নাচোন ধৰিলে, আৰু হৃদয়গ্ৰাহী গীত গাই সেই পোপ্ৰথম ৰাসোৎসৱ উপলক্ষীয় শীলা-খেলা মহা আড়ম্বৰেৰে আৰম্ভ কৰি দিলে। শ্ৰীকৃষ্ণই বেণু থৈ মুৰুলীত ধৰে, মুৰুলী এৰি পেপাত ধৰে। পেঁপা পেলাই বাহী লয়, বাহী সলাই লাউ-বাহী বজায়। এই অনুক্ৰমে ৰণীৰ মনমোহা ভিভি বাজনা বজাবলৈ ধৰিলে, আৰু তাৰ চেৱে- (খ) “তদাত মা চিৰং ঘোষং শুদ্ধং পতী সতী। এলস্তি বংসা বালাশ তা পায়য়ত দুহত।” —শ্ৰীমন্তগৱত, দশম স্কন্ধ, ২ অধ্যা, (বাসপাধ্যায়, ১৭, আধ্যা) ২১শ লোক। অৰ্থ :—এতেকে, হে সাধ্বীসকল! তোমালোকে অনতিপলমে ঘৰলৈ উলটি যোৰ গৈ; আপোন-পোন পতিৰ সেৱা কৰাগৈ। তোমালোকৰ লৰা-ছোৱালী আৰু মৰাদামুৰীবোৰে কান্দিছে চাগৈ; ঘৰলৈ গৈ, গাই খিৰাই শিশুসন্তানক গাখীৰ খুটাগৈ। (গ) “ভ : শুকাৰণং শ্ৰীগীং পৰোধ হমায়য়া। অনা কল্যাণ অজানাংচা পোষণশ। দুঃখীলে দুৰ্ভগো বৃন্ধে জড়ো ৰোশ্যখলেহপি বা। পতিঃ খ্ৰীতি হাতৰো লোকেলুভিৰপাতকী।” শ্ৰীমদ্ভাগৱত, মঞ্চ, ২ আধ্যা, ২৩ লোক। অৰ্থ-হে কল্যাণীগণ! আপোনাৰ পতি আৰু পতিসকলৰ সেৱা আৰু সন্তান-সন্তভিৰ পড়ালেই নাৰীজাতিৰ পৰম ধৰ্ম্ম। যিসকল মহিলাই ইংপৰালৰ সুলভোগ বা কৰে, সিকলৰ অপোৰ পতি বুঢ়া, নোগী, অসমৰ্থ, দুৰ্ভগীয়া জমি এক দুচৰিত হলেও, যদি পাতকী নয়, তেন্তে কাচিত পৰিত্যাজ্য, নই।