পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৪০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাসলীলা। ছোৱাণীহঁতৰ লগত ওমলেতে-কৃষ্ণই সততে বসোদীপক “স”-ধেমালি পাতিছিল। হাতে হাতে ধৰাধৰিকৈ সৰল পাতি পেপা, বাঁহী, বেণ, মুৰলীৰ মুৰে-সুৰে সুৰ-মিলাই গীত গাই ঘূৰি-ঘূৰি নচাকে “স” বোলে। জোনাক ৰাতি নিতে বৃন্দাবনত ৰাস-ধেমালি হয়। সন্ধিয়াৰ পাচত নিজম পৰিলেই ৰাম-কৃষ্ণ যমুনাৰ পাৰলৈ ওলাই যায়। তাৰপৰা পোনেই ৰামশিঙ্গা বাজি উঠে; তাৰ পাচত কৃষ্ণ-বেণু বাজিবলৈ ধৰে। ৰামশিলাই জাননী দিয়ে, কৃষ্ণ-বেণুৰে .আহ্বান কৰে। সেই জাননীৰ ৰিং আৰু আনৰ বুলি কাণত পৰা মাত্ৰকে গাত উলাহ লাগি গোপিনী-ছোৱালীবিলাক ঘৰৰপৰা উধাতুথাই ওলাই আহি কোনোৱে বা বেণুৰ সুৰত সুৰ মিলাই গীত গায়, কোনোৰে বা তাৰ চেৱে-চেৱে নাচোন ধৰে, কোনোৱে বা উলীত হৈ “কৃষ্ণ” “কৃষ্ণ” বুলি বেণুৰ মুৰে-সুৰে কৃষ্ণক ধিয়াই ঢাপলি ধৰে। সেই অনুক্ৰমে যেতিয়া সকললটি গৈ সমবেত হৈ উঠে, তেতিয়া যমুনাৰ পাৰে-পাৰে নিকুঞ্জৰ মাজে-মাজে ৰাম-কৃষ্ণই গোপিনী-ছোৱালীবিলাকৰে সৈতে ৰাতি-দুপৰলৈকে মনোময় ৰাসলীলা পাতে। ৰাসলীলত যোগ দিবলৈ গোটখোৱা গোপিনী-ছোৱালী প্ৰত্যেকেই কৃষ্ণৰ হাতত ধৰি ৰাসৰ মৰল পাতিবলৈ হেঁপাহ কৰে। দুজনীক দুফালে দুখন হাত মেলি ধৰিবলৈ অৰ্থ-শৰত কাল প্ৰফুল্ল মল্লিকাৰ শোভাৰে সুশোভিত জোনাক ৰাতি উলাহিত হৈ ভগবান শ্ৰীকৃষ্ণই যোগমায়া সমম্বিতে বৃন্দাবন বিহাৰ কৰিবলৈ ৰা কৰিলে। বঠাইত ওপৰত উনুকিয়াই হ বোগায়া এনেই। এগুলেই যশোদাৰ গৰ্ভজাত কন্যা, দৈৱকীৰ অষ্টম গজাত পুত্ৰৰ লগত সলনি হৈলি। এ গোপনে বৃন্দাবনত প্ৰতিপালিত হোৱা বিষয়ক সনদে বহাৰত দি হয় হৈহ।