দশমচ্ছেদ। অঘাসুৰ বধ। প্ৰকৃতিৰ শোভদৰ্শন আৰু প্ৰাকৃতিক লীলাখেলা কৰ অতি প্ৰিয়কাৰ্য। গৰখীয়া জীৱনে তেওঁক সেই কাৰ্যত অচিতে সুবিধা দিছিল। প্ৰকৃতিৰন গোপগৰখীয়াৰ সঙ্গত ৰোহিনীকুমাৰ অগ্ৰজ বলৰামৰে সৈতে ননন্দন শ্ৰীকৃষ্ণ নিতে বেনু চৰাবলৈ যায়, নিতে নন উপনত প্ৰকৃতি গোষ্ঠ বিহাৰ কৰি নন প্ৰাকৃতিক শোভা দৰ্শন কৰি আৰু প্ৰকৃতিজীয়াৰী বৃন্দাবনৰ বুকত নন লীলাখেলা খেলি তেওঁ নিজেও মোহিত হয় আৰু আন সকলকে মুগ্ধ কৰে। ওপৰত এবাৰ উন্নৱাি গৈছে যে, শ্ৰীকৃষ্ণৰ গোষ্ঠবিহাৰ কাৰ্য্য কাচিতে উদ্দেশ্যবিহীন নহয়; নতুন উপবনলৈ যাওঁতে তেওঁ সততে নতুন উদ্দেশ্য লৈ যায়। সেইবোৰ উদ্দেশ্যৰ ভিতৰত বৃন্দানৰ শত্ৰু- কিশন সবাতকৈ আগ। শ্ৰীকৃষ্ণই যেঙিয়াই যি নতুন উপবনত গৰু চৰাবলৈ যায়, তেতিয়াই সেই বিধৰ কোনো নে কোনো এটা উতে সাধন নকৰাকৈ নেৰে। আটাইবোৰ টুকিবলৈ গলে পুথিৰ কলেৱৰ অতিপাতকৈ বঢ়াৰ আশাত সেই বিষয়ক কৃষ্ণৰ কাৰ্যাৰণীৰ সৰুৰবোৰ বাদ দিয়া গৈছে। যমুনাৰ সুতি কালিন্দীৰ পাছৰ পাৰে এখন দিন উপবন আছিল। তাত এ নামে অৰ যেন এটা আসৰে গোট গোটেই জীয়াই মনুং-গৰু গিলে কাৰণে, তালৈ লোক-জনে সততে যোৱা নকৰে। তাৰ সতে পাই, ঐ অলৈ যাবলৈ লিখিত। সেই উমেশে এদিন গোফানে গৰখীয়া লগৰীৰে লৈতে গৰু চৰাবলৈ বুলি 1
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১১৮
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই