পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬৬
শ্ৰীকৃষ্ণ।
 


আৰু বিশেষণেৰে সবিশেষ বুজাই এটা সাঙ্কেতিক চিত্ৰ বাসুদেৱৰ শয়ন মন্দিৰৰ দেৱালত ফটফটীয়াকৈ আঁকি থৈ, অতি গোপনে অনিৰুদ্ধ কুমাৰক হৰণ কৰি লৈ শোণিতপুৰলৈ ওলটা-যাত্ৰা কৰিলে।