পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৯২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪১। আধ্যা। যদুবংশ ধ্বংস। ইচ্ছাময় ভগবান শ্ৰীকৃষ্ণৰ পৱিত্ৰ ইচ্ছা কাৰ্যত ফলিয়ালে; ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয় তেওঁ স্ব-ইচ্ছাৰে সাধন কৰি জগতক দেখুৱালে। সেইকালত যিবিলাক অধৰমী আৰু স্বেচ্ছাচাৰী ভুপতিয়ে অধৰ্মাচৰণ আৰু প্ৰজাপীড়নেৰে ভাৰতক প্ৰপীড়িত কৰিছিল, সেইবিলাকৰ কিছুমানক শ্ৰীকৃষ্ণদেৱে এজন-এজনকৈ নিজে নিধন কৰি, বাকীবিলাকক সমূহলৰ দ্বাৰাই নিধন কৰাই, পাপৰ ভাৰ লঘু কৰাত, ভাৰত যেন আকৌ এদোপ ওপৰলৈ উঠিল। শ্ৰীকৃষ্ণই বাল্যকালত কালিয় প্ৰমুখ্যে ভালেমান লোকহস্তাক নাশ কৰে; যৌৱন কালত কংস, জৰাসন্ধ, কালন, শাৰ, নৰকাৰ, শম্বৰ, শিশুপাল, দন্তবক্ৰা প্ৰভৃতিক স্বয়ং নিপাত কৰে (১); প্ৰৌঢ় কালত হৰিহৰ ৰণ, কুৰুক্ষেত্ৰ-যুদ্ধ ইত্যাদি অধৰ্মচাৰী সমূহক ধৰ্মানুবৰ্তী সমূহল সংযোগেৰে নিধন কৰে। তদুপৰি, তাৰ লগে লগে, ছেগ বুজি, স্যায়ধৰ্ম, নীতিশিক্ষা আদিবিন্ত কৰিবলৈকো ধৰ্মান্না বানুদেৱে ট ক নাই। হেগ পালেই গান আকৃষ্ণই আধ্যাত্মিক জ্ঞান দান দিবলৈকে বাকী এ নাই—তাৰ অনন্ত পট পৃখিৰীৰ কৰ্মক্ষেত্ৰত নিফাম ধৰ্মশাস্ত্ৰ গীতাস্থা। গআলী, সামাজিক, আধ্যাত্মিক, ৰাজনীতিক সকলে বিষয়তে সমকামী » মাগত, ভীৰ অ অ আতা, ১০ ১১।