দুৰ্য্যোধন-বধ। দুৰ্য্যোধনৰ পতনত উপস্থিত পাণ্ডবপণীয় অপৰাপ বোজ গগণভেদী অবনি উচ্চাৰণ কৰি ভীমসেন শেষ , একেৰতে মৰামুছা দুৰ্য্যোধন বিস্তৰ গৰিহণা নিবলৈ ধৰিলে। পিচে, সেই অন্যায় গ্লানি আকৃষ্ণদেৰে সহি নোৰাৰি কিনি ভাবত এইবুলি ধৰ্ম বুনি দিলে, মমুছা শক্তৰ প্ৰতি বৰাচ্য ৰা বোল বিধেয় নহয়।” তাৰ পাচত, দুঃসনৰ বন কৰ। ভীমসেন ৰাসৰ দৰে হুঙ্কাৰ ছাৰি পতিত বীৰ দুৰ্যোৰ শিৰত ঘনে ঘনে পদাঘাত কৰিবলৈ ধৰিলে। সেই কাৰ্য্যত অত্যন্ত ব্যখিত ৈ যুধিষ্ঠিৰে অতিশয় ক্ষুব্ধ চিঙেৰে এই বুলি ভীমক সেই কাপ ক্ষান্ত কৰিলে, “বো ভীম। তুমি এইটো গৰ্হিত কাম কৰি। হজাৰৰ হওক, দুৰ্যোধন এজন ৰজা আৰু তেওঁ আমাৰ বংশ। বিশেষতঃ, শত পতিত অৱস্থাত তেওঁৰ প্ৰতি তুমি এনে আচৰণক উচিত নয়।” অৰ্থ উপদেশ শিৰধাৰ্য কৰি ভীমসেন ক্ষান্ত না এতিলৈ সৰ কৰি জীযেনে গাৰ কোৰ মুৰ্য্যোধনৰ কৰিলে। বু নীতি অনুসৰি কিন্তু গদাযুদ্ধত কদাপি বিপক্ষ বোৰ নাভীৰপৰা তলৰ হোত পদাঘাত কৰিব নাপায়। সেই কাৰণে, ভীমক এই নীতিৰ দোৰে চুইছিল। কিন্তু এই হোৰ চপাই নোলোৱা হলে তেওঁৰ প্ৰতিজ্ঞা পূৰ্ণ মৰা দোষ ৰৈ গলহেতেন। এক্ষিপ্ত কানাই আকৌ ভীমৰ এই প্ৰত্যয় নি কৃষ্ণাৰ্জনৰ গাত সাৰিলে। সেইমতে, শ্ৰীকৃষ্ণৰ সতে অনুসাৰে হেনো অৰ্জনে নিজৰ উত চপৰিয়াই দেখুন সৰ্বোধনৰ উৰত কৰিবলৈ ভীমসেনৰ মনত পেলাই মিছিল। এই অসাৰ। সমূলি অস্বাভাৱিক। বি অৰ্জুনে জাতিবধ পাপৰ যত যুদ্ধৰপৰা নিবৃত্ত হলে বৰাভ, মা শ্ৰীকৃষ্ণৰ মুখে গীতা হেন অনুপম শাহ , সেই গান যামেৰৰ সতে সেই অনীকৃত এই দোৰ গা পাতি লোৱাটো প্ৰকৃত অতিপ্ৰাকৃত গৰি চাবলগীয়া।
পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৭৯
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই