পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৫৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লেব। ৭১১ কৰা নাছিল। ভীষ্মদেৱৰ বিৰুদ্ধে অৰ্জুনে যি মৃহযুদ্ধ কৰিছিল, দ্ৰোণাচাৰ্যৰ বিৰুদ্ধেও তেওঁৰ ৰণ তদ্ৰুপ মৃদু হোৱাৰ আভাস ওপৰত দি অহা হৈছে। দুইৰ ওচৰত অৰ্জ্জুন মৰমৰ ধৰুৱা। গতিকে, স্ৰোণবধ বাৰ্তাই তেওঁক বৰকৈ ব্যথিত কৰিলে। তেওঁৰ মনত বিবিধ বিৰক্তিৰ ভাব খেলাবলৈ ধৰিলে। তাৰ উত্তেজনাত তেওঁ আৰ-তাৰ ওপৰত দোষাৰোপ কৰিবলৈ ধৰিলে। আন কি, তেওঁৰ পূজনীয় অগ্ৰজ ধৰ্ম্ম-যুধিষ্ঠিৰকো তেওঁ কৰা কথা শুনাৰলৈ বাকী নাৰাখিলে। যুধিষ্ঠিৰৰ ওপৰত তেওঁৰ আক্ৰোশ এই বাবে যে, দ্ৰোণাচাৰ্যক ক্ৰমাৎ অৱশ আৰু উদাসীন হোৱা জানিও, তেওঁ তেওঁৰে সৈতে ঘোৰতৰ। কৰিবলৈ পাণ্ডৰ পক্ষীয় যোদ্ধাবৰ্গক উদগনি দি পাচিছিল। ভীমসেনৰ প্ৰতিও অৰ্জুন অত্যন্ত বিৰক্ত হৈ উঠিছিল; কিয়ন, তেওঁৰ ওপৰ- উপৰি ককৰ্থনা হেতুকে দ্ৰোণাচাৰ্যই মৰ্মান্তিক অনুতাপত সন্তপ্ত হৈ মৰণ বাঞ্ছা কৰিছিল। আটাইতকৈ ধৃষ্টদ্যুমৰ প্ৰতি অৰ্জুনৰ ক্ৰোধ অত্যধিক; কাৰণ তেওঁ ৰণৰ হেতুবন্ধন ছিলি (১) তৰিপৰীত আচৰণেৰে দ্ৰোণাচাৰ্যক অবৈধ ব্যৱস্থাৰে বধ কৰিলে (২)। অৰ্জুন ক্ৰোধ দেখি নিৰ্জ যুধিষ্ঠিৰে নিটাল মাৰিলে (৩)। কিন্তু ভীমসেন ওপৰত ৰাৰ বেসত লিপিবনা আছে যে, নিৰঞ্জ, ক্লান্ত, এমন যোক বধ কৰা নাৰ। গতিকে, এ এলীয়াকৈ শৈ, অত্যন্ত ক্লান্ত অতি আমাৰি আৰু অনুতাপত গণিত হৈ, ধ্যান আৰু বেগতি হোৱাৰ হেত দ্ৰোণাচাৰক বধ কৰাটো ঘৰ পৰুে নিগতি ৰ হৈছিল। ২। মহাভাৰত দ্ৰোণপ, প না॥ •। কোনো-কোনো দিতে এসে বুকি কাটলৈকে লাইলি। কৃষ্ণ মাগত নোসোমোৱা হলে, সিনতে সকলো ও লেহেঁতেনশত, কোথপৰ, স লাগা।