পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৫৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হৈ পৰিবলৈ ধৰিলে। এইদৰে এই অৱস্থাৰে যুদ্ধ কৰোঁতে কৰোঁতে শেহলৈ তেওঁ নিতান্ত অৱশ হৈ পৰিলগৈ। সদৌশেহত, অন্তিম ক্ষণ গণি চকু মুদি পৰমব্ৰহ্ম শ্ৰীকৃষ্ণদেৱক (১) ধ্যান কৰিবলৈ ধৰিলে। সেই যোগাৱস্থাত ভগৱন্ত-চিন্তাত তন্ময় হৈ থাকোতেই দ্বিতীয়বাৰৰ ছেগ ধৰি, ধৃষ্টদ্যুম্নই পূৰ্বপ্ৰতিশ্ৰুতি অনুযায়ী (২), নিজৰ ধনুৰ্বাণ এফলীয়াকৈ থৈ, হাতত খোলা তৰোৱাল লৈ, ৰথৰপৰা সবেগে আৰু উদ্বেগেৰে আমি গৈ, যোগস্থিত লোণাচাৰ্যৰ শিৰচ্ছে কৰি, তেওঁক বধ কৰিলে। সেই সংবাদত কৌৰৱ শিবিৰত হাহাকাৰ লাগি উঠিল, দুৰ্য্যোধন হতাশ হৈ পৰিল, আৰু অন্ধৰাজ ধৃতৰাষ্ট্ৰই বিস্তৰ বিলাপ কৰিবলৈ ধৰিলে। পাওৰ শিবিৰত সেই সংবাদে আনন্দ আৰু বেজাৰ দুইৰ বিকাৰাছন কৰিলে। শত্ৰুপক্ষৰ বাই সেনাপতিৰ পতন হিচাপে, পাণ্ডৰ শিবিৰত আনন্দৰ ঢৌ উঠিল; কিন্তু সবাৱৰে ঘাই অস্ত্ৰগুৰু হিচাপে, মহাগুৰুৰ তিৰৰভাবত বিষাদৰ ধল বিপি যাবলৈ ধৰিলে। কৰ্তব্যৰ শাসনত বাধ্য হৈ, অৰ্জ্জুনে যদিও দ্ৰোণাচাৰ্য্যৰ বিৰুদ্ধে অস্ত্ৰধাৰণ কৰিছি, তথাপি তেওঁ তেওঁৰ প্ৰতি মাৰাত্মক অস্ত্ৰ প্ৰয়োগ (১) দ্ৰোণাচাৰ্যও যে দেৱৰ দৰে ম কৃষ্ণভক্ত আছিল, এঙ্গে তাৰ বিশিষ্ট প্ৰমাণ-গৰত, পা, ম আখ্যা। (২) এটা আনিতে পালৰ ৰাজ আলি। ফপ ৰাৰ লগত মন্ত ঘটাত, তেও সেই ৰাজ্য এৰি আহি কুত স্থিতি কৰিলে। সেই কথাত পা ৰজা অত্যন্ত আশফিত; কিনা অশাবিদ মহাখ দ্ৰোণাচাৰ্যই পাগলৰ চিৰণ ৰ সৰ লোৱা সেতুকে শক এত লৱত হৈ উঠিল, আৰু মোচাৰ্যৰ ৰলেৰে ৰলিয়াৰ হৈাৰে পালৰ অনিষ্ট কৰাৰ আশাত পৰাই জোৰ যাৰ অনুষ্ঠান কৰে। সেই বৰ লখপ খৃষ্টৰ জন্ম; গকে, এবিধ ধামৰ নাম।