পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৪৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৪। আবা। ঘটোৎকচ্ বধ। কুৰুক্ষেৰণ লাগিবৰেপৰা কুৰু-পাণ্ডৱৰ শিবিৰত আনন্দ-বেজাৰ আৰু হঁহা-কাৰ তোলপাৰ লাগিব লাগিছে। আজি পাওৰ শিবিৰত আনন্দ আৰু কৌৰৱ শিবিৰত বিষাদ, কাইলৈ কৌৰৱ শিবিৰত আনন্দ পাণ্ডৰ শিবিৰত বিষাদ। দুৰ্জয় বীৰ ভীষ্মদেৱৰ পতনত কোৰৰ শিবিৰত হতাশৰ হা-হুমুনিয়া উঠিল, পাণ্ডৰ শিবিৰত উৎসাহৰ খলকনি লাগিল; অৰ্জুনতনয় শিশু সিংহ অভিমৰ পত পাওৰ শিবিৰ শোকত জয় পৰিল, কৌৱ শিবিৰ উলাহত উধাও হল। তাৰ পাচত, জয়দ্ৰথ-বধ কাণ্ডই কৌৰৱ শিবিৰত আকৌ নিৰাশৰ হাহাকাৰ লগালে, পাণ্ডৰ শিবিৰত পুনৰপি উলাহৰ জয়ধ্বনি তুলিলে। এইবাৰ আকৌ পাণ্ডৱৰ পাল পৰিল। এইবাৰ ভীৰতনয় বিড়ি নন্দন ঘটোৎকচৰণক্ষেত্ৰত অৱতী। এই হিড়িষা আৰু ঘটোৎকচৰ চিনাকি ইতিপূৰ্বতে দি অহা হৈছে (১)। ভীমাকায় ঘটোৎকচ, এজন (১) মধ্যলীলাত যুধিষ্ঠিৰৰ ৰায় ফৰ সংসৰ্গ হিড়ি আৰু ঘটোৰ বিষয়ে বলাই কোৱা হৈছে। পুৰণি কামৰূপৰ অন্তৰ্গত হিড়ি লগৰ, এতিয়াৰ অসমৰ ডিমাপুৰ অঞ্চলৰ অধিপতি বিষৰৰ শীকে বিভিন্ন বিভীয় পা ভীমসেনৰ ধ্যা; পাবৰ ধনস কালত গমসেৰে হিড়িক পঙ্গী এ কৰে। তাৰেল মহাবীৰ ফটোৎকচ।