পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২১১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভক্তিযোগ। 984 সেই বিশ্বৰূপ ধাৰণৰ বিষয়ে মই যিমানেই সুমৰি চাইছে, সিমানেই মোৰ প্ৰাণত বিস্ময় জন্মিছে, সিমানেই মই আনন্দতআপোন-পাহৰা হৈছে। (১)। হে মহাৰাজ। যি পক্ষত স্বয়ং যোগেশ্বৰ ভগবান শ্ৰীকৃষ্ণ সৰ্বসাখি, বিপক্ষত গাণ্ডীবধাৰী বীকেৰী অৰ্জ্জুন বৰ্তমান, সেই পক্ষৰেই যে ৰাজী বিজয়, ভুতি আৰু নীতি আয় হব আৰু সদৌশেহত সেই পক্ষেই যে কুৰুক্ষেত্ৰ মহাৰণত জয়লাভ কৰিবগৈ তাত সংশয় নাই। (২) » গী, ১৮ণ আ্যা, ৭০-৭০। (২ বোগ কৃষ্ণে যত্ৰ পাবে। বিয়ে।ভূতিবনীভিজিম। -, ১৮, ৭ কি। so