পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তত্ব উলিয়াবলৈ যত্ন কৰিলে। বিহুৰ বুলনিৰ পাত ঠিলেখাৰ শত বিশ্বাস মানি কানামুৱী কুমাৰীয়ে উচুপি উচুপি সখীসকলৰ আগত সপোনৰ কথা বিবৰি কৈ উঠি হতাশৰ খুন্দাত এই বুলি আলো কাল খাই পৰিল, “হয়, মই কুলক্ষিণী, কুলকলকিনী। মোৰ কৰে। ব্ৰত অথলে গল। নাৰীৰ প্ৰধানৰক্ষৰকক কালোন আৰু কাৰুতি। কিন্তু, এই অভাগিনীয়ে বিস্তৰ কান্দিৰ্শে, নথৈ কাকুতি কৰিলে, তখণি সেই বতিচোৰৰ সুদৃঢ় আলিঙ্গনৰপৰা মই এবাৰ নোৱাৰি, অৰ চৰ্য্য ধৰ্ম ৰক্ষা নপৰিল। মই এতিয়া কোন সতে জনগমাত মুখ দেখুৱাম! মোৰ অৰিম পিতৃক কিনতে মোৰ এই দুৰ্দশা শপ কৰিম। তাৰ আগেয়েই মই মৰি বোৱাই ভাল। সাগৰে। এৰন্ধেৰে বিস্তৰ গুষাৰে অলপ সুস্থ কৰি, আতু উবাক লালি ধৰাত, এইবাৰ মন্ত্ৰীকন্যা কুম্ভাণ্ডদুহিতা প্ৰজ্ঞাই সখীয়েক উদেৰীক এই জৰে বুজনি দিবলৈ ধৰিলে,-“হে সখি! তুমি আজন্ম সতী। তোমাৰ সতীত্ব কৰণ কৰোঁতা ত্ৰিভুত আছে কোন অসৎ অভিপ্ৰায়ে যদি কিবা অপকৰ্ম কৰা হয়, তেন্তে তাৰ ৰাই মন কলুষিত হব পাৰে। কিন্তু যদি সযোগত সংযোগৰ বলাৎকাৰত ভুক্তা হোৱা যায়, তেৰে তাত ব্ৰত লোপ নহয়। বিযে, মৰ্ত্যলোকত যাবত দেই নাই। গতিকে এই নিলি ভিচাৰত তোমাৰ চৰ্যব্ৰত কোনো ব্যতিক্ৰম ঘটা। ৫ দেৰি। এ বিএৰিসৰে কয় যে যি নাৰীৰ মন ৰা আৰু ক এই তিনি এই দুটা হয় সেই অৰী হে সৰি লি অভিহিত ৰ পৰে। তুৰি সততে ব্ৰাৰি আনি মোৰ নাচি লিলিত হোৱা খো লই; এতেকে তুমি তো কি। ১) বি গোনৰ কাক।