পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৯৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৭। আধ্যা। -bot সাম্প্ৰদায়িক কৰ্ম্মানুষ্ঠান তত্ত্বজ্ঞান। সংসাৰ আৰু সংসাৰৰ শিপা বাসনা-বিষয়ক তত্ত্বজ্ঞান ব্যাখ্যা এন কৰি ভক্তিপৰায়ণ অৰ্জুন বীৰে অতি আগ্ৰহৰে সৈতে ভগৱান শ্ৰীকৃষ্ণক সুধিলে, “হে কৃষ্ণ! যিবিলাকে শাস্ত্ৰবিধিলৈ আওকাণ কৰি আপোন মনেৰে শ্ৰদ্ধাযুক্ত হৈ পূজনাদি কৰে (১), সিবিলাকৰ নিষ্ঠা কি ৰূপ? সাত্ত্বিকী, নে ৰাজদী, নে তামসী?” (২) তত্ত্বজ্ঞানী ভগৱান শ্ৰীকৃষ্ণই হৰিষ, অন্তৰেৰে এই বুলি সমিচাৰ দিলে,-“হে ভাৰত। পূৰ্বজন্মৰ কৰ্ম্মফল অনুযায়ী দেহী আত্মাৰ সাব্দিকী, ৰাজী আৰু তামসী প্ৰকৃতিভেদে স্বাভাৱিক এজা তিনি প্ৰকাৰ। . (১) সাধাৰণতে কানুষ্ঠান তিনি শ্ৰেণীত বিভক্ত। প্ৰথমতে, যিবিলাকে শাস্ত্ৰবিধি অনুযায়ী ধৰ্মকৰ্ম্মানুষ্ঠান কৰে, সিৰিলাক দেয় সম্প্ৰদায় ও দ্বিতীয়তে, বিবিলাকে শাস্ত্ৰবিধি জানিও তাৰ প্ৰতি অবজ্ঞা কৰি নিজ ইচ্ছাপ কৰ্ম্মানুষ্ঠান কৰে সেইবিলাক অসুৰ সম্প্ৰদায়; আৰু যিবিলাকে শাস্ত্ৰবিধি আনিও তালৈ আহেল, কৰি উদাসীন ভাবে, অথচ যুক্ত হৈ নিজৰ মোত কৰ্ণানুষ্ঠান কৰে, সিবিলাক কোন সম্প্ৰদায় ভুক্ত। অৰ্জুনে নিক এই তৃতীয় বিশ্ব সম্প্ৰতি জানি, এই সাম্প্ৰদায়িক পৰিণাম বিষয়ক সংশয় খনৰ অৰ্থে কত প্ৰশ্ন কৰিছে, এই বিধৰ নিষ্ঠা কি? সাত্ত্বিক, নে ৰাসী, নে তাসী। (২) গীত, ১৭শ আ্যা, ১৭ মোক।